Class X IT/ITeS Electronic Spreadsheet(Advanced) using LibreOffice Calc Chapter 5 Using Macros in spreadsheet Exercise Questions Answers

Class X IT/ITeS Electronic Spreadsheet(Advanced) using LibreOffice Calc Chapter 5 Using Macros in Spreadsheet Exercise Questions Answers :

D. Answer the following questions:

  1. What is a Macro ? List any two real life situations where they can be used .

মেক্ৰো কি? যিকোনো দুটা বাস্তৱ জীৱনৰ পৰিস্থিতি তালিকাভুক্ত কৰা য’ত সেইবোৰ ব্যৱহাৰ কৰিব পাৰি।

Ans: A Macro is a single instruction that executes a set of instructions. These set of instructions can be a sequence of commands or keystrokes that can be used for any number of times.

Two real life situations where Macro can be useful are –

i. When all the teachers of a school or a college need to set the question paper for the school or the college having the same format. In that case Macro can be useful.

ii. When an Institute provides certificates to the students, the certificates should have the same format. In that case also Macro can be useful.

উত্তৰ: মেক্ৰো হৈছে একক নিৰ্দেশনা যি নিৰ্দেশনাৰ এটা সংহতি কাৰ্যকৰী কৰে। নিৰ্দেশনাৰ এই সংহতিবোৰ আদেশ বা কীষ্ট্ৰোকৰ এটা ক্ৰম হ’ব পাৰে যাক যিকোনো বাৰ ব্যৱহাৰ কৰিব পাৰি।

বাস্তৱ জীৱনৰ পৰিস্থিতি য’ত মেক্ৰো উপযোগী হ’ব পাৰে-

i. যেতিয়া বিদ্যালয় বা মহাবিদ্যালয়ৰ সকলো শিক্ষকে একে বিন্যাস থকা বিদ্যালয় বা মহাবিদ্যালয়ৰ বাবে প্ৰশ্নকাকত নিৰ্ধাৰণ কৰিব লাগে তেনে ক্ষেত্ৰত মেক্ৰো উপযোগী হ’ব পাৰে।

ii. যেতিয়া কোনো প্ৰতিষ্ঠানে শিক্ষাৰ্থীসকলক প্ৰমাণপত্ৰ প্ৰদান কৰে, প্ৰমাণপত্ৰ বোৰৰ একেই বিন্যাস থাকিব লাগে, তেনে ক্ষেত্ৰত মেক্ৰো উপযোগী হ’ব পাৰে।

2. List the actions that are not recorded by a Macro.

মেক্ৰো ৰ দ্বাৰা ৰেকৰ্ড নকৰা কাৰ্য্যবোৰ তালিকাভুক্ত কৰক।

Ans: The actions that are not recorded by a Macro are-

i. Opening of windows.

ii. Actions carried out in another window than where the recording was started.

iii. window switching.

iv. Actions that are not related to the spreadsheet contents.

উত্তৰ: মেক্ৰো ৰ দ্বাৰা ৰেকৰ্ড নকৰা কাৰ্য্যবোৰ হৈছে-

i. উইন্ডো খোলা।

ii. ৰেকৰ্ডিং আৰম্ভ কৰা স্থানতকৈ আন এটা উইণ্ডোত কৰা কাৰ্য্যসমূহ।

iii. উইন্ডো চুইচিং।

iv. স্প্ৰেডশ্বীট সমলৰ সৈতে সম্পৰ্কিত নথকা কাৰ্য্যসমূহ।

3. How is LibreOffice Macros Library different from My Macros ?

লিব্ৰেঅফিচ মেক্ৰোলাইব্ৰেৰী My Macros তকৈ কেনেদৰে পৃথক ?

Ans: LibreOffice Macros Library is different from My Macros in the following ways-

i. LibreOffice Macros Library is an inbuilt library provided by LibreOffice whereas My Macros is a user defined library.

ii. LibreOffice Macros Library contains modules with pre recorded macros whereas My Macros contain macros that we write or add to LibreOffice.

উত্তৰ: লিব্ৰেঅফিচ মেক্ৰোলাইব্ৰেৰী নিম্নলিখিত ধৰণে My Macros তকৈ পৃথক-

i. LibreOffice Macros Library হৈছে লিব্ৰেঅফিচৰ দ্বাৰা প্ৰদান কৰা এটা ইনবিল্ট লাইব্ৰেৰী আনহাতে My Macros হৈছে এক ব্যৱহাৰকাৰী নিৰ্ধাৰিত লাইব্ৰেৰী।

ii. LibreOffice Macros Libraryত পূৰ্বৰেকৰ্ড কৰা মেক্ৰ’ৰ সৈতে মডিউল থাকে আনহাতে My Macros বোৰত আমি লিব্ৰেঅফিচত লিখা বা যোগ কৰা মেক্ৰোবোৰ থাকে।

4. Differentiate between Predefined function in Calc and Macros as a function .

Calc ত পূৰ্বনিৰ্ধাৰিত ফাংচন আৰু Macros as a function ৰ মাজত পাৰ্থক্য কি ?

Ans: Predefined function in Calc is different from Macros as a function in the following ways-

i. Predefined function in Calc is an inbuilt function whereas Macros as a function is a user defined function.

ii. Predefined function in Calc can not be customized whereas Macros as a function can be customized.

উত্তৰ: Calc ত পূৰ্বনিৰ্ধাৰিত ফাংচন টো নিম্নলিখিত ধৰণে Macros as a function তকৈ পৃথক-

i. Calc ত পূৰ্বনিৰ্ধাৰিত ফাংচন হৈছে এক ইনবিল্ট ফাংচন আনহাতে Macros as a function হৈছে ব্যৱহাৰকাৰীৰ দ্বাৰা নিৰ্ধাৰিত ফাংচন।

ii. Calc ত পূৰ্বনিৰ্ধাৰিত ফাংচন অনুকূলিত কৰিব নোৱাৰি আনহাতে Macros as a function বোৰ অনুকূলিত কৰিব পাৰি |

5. List the rules that should be kept in mind while naming a Macro .

মেক্ৰো এটাৰ নাম দিয়াৰ সময়ত মনত ৰাখিব লগা নিয়মবোৰ তালিকাভুক্ত কৰক।

Ans: The rules that should be kept in mind while naming a Macro are as follows-

i. It should begin with a letter.

ii. It should not contain spaces.

iii. It should not contain special characters except for underscore ( _ ).

উত্তৰ: মেক্ৰ’ৰ নাম দিয়াৰ সময়ত মনত ৰাখিব লগা নিয়মবোৰ নিম্নলিখিত ধৰণৰ-

i. এইটো আখৰৰ সৈতে আৰম্ভ হ’ব লাগে।

ii. ইয়াত space থাকিব নালাগে।

iii. ইয়াত আণ্ডাৰস্কোৰ (_ )ৰ বাহিৰে বিশেষ বৰ্ণ থাকিব নালাগে।

6. Give any one advantage of Macros.

Ans: i. Using Macros we can automate repetitive tasks.

ii. Using Macros we can save our time.

উত্তৰ: i. মেক্ৰো ব্যৱহাৰ কৰি আমি পুনৰাবৃত্তিমূলক কামবোৰ স্বয়ংক্ৰিয় কৰিব পাৰোঁ।

ii. মেক্ৰো ব্যৱহাৰ কৰি আমি আমাৰ সময় ৰাহি কৰিব পাৰোঁ।

*****

Leave a Reply

Your email address will not be published. Required fields are marked *